Chitrakala Academy

Chitrakala Academy ইয়াৰ দ্বাৰা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ছাত্ৰ সুৰক্ষা ইউনিয়ন‌ উদ্যোগত আৰু ভাৰত চৰকাৰৰ Ministry Of Corporate Affairs) ৰ অধীনত থকা পঞ্জীয়নভুক্ত সংস্থা BI Global Technology Institute (NSDC Skill India) আৰু অন্যতম স্বেচ্ছাসেৱী সংস্থা ANF Foundation আৰু NE Global Art Academy ৰ সহযোগত কলা আৰু সাংস্কৃতিক দিশত অসমৰ শিশু ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে চৰকাৰী বেচৰকাৰী বিদ্যালয় সমূহৰ সহযোগত চিত্ৰকলাৰ প্ৰশিক্ষণ কেন্দ্ৰ চিত্ৰকলা একাডেমী মুকলি কৰি ছাত্ৰ -ছাত্ৰী সকলৰ মাজত বিনামূলীয়াকৈ চিত্ৰকলাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লোৱা হৈছে । অভিজ্ঞপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা চিত্ৰকলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি, চিত্ৰকলাৰ দিশত প্ৰতিভা বিকাশ কৰাৰ লগতে এই ক্ষেত্ৰখনৰ জৰিয়তে নিজৰ উজ্জ্বল ভৱিষ্যৎ গঢ়িতোলাৰ দিশত বিশেষ উপকৃত হ'ব পাৰিব।

Read More
  • MD IKBAL HUSSAIN

    FOUNDER

Popular Courses

45859 +

Students

231 +

Institutions

146 +

Courses

6 +

States

45 +

Districts